আল-কোৰআন অসমীয়া icon

আল-কোৰআন অসমীয়া

★★★★★
★★★★★
(4.68/5)

2.2Free2 years ago

Download আল-কোৰআন অসমীয়া APK latest version Free for Android

Version 2.2
Update
Size 4.12 MB (4,315,002 bytes)
Developer Islam House
Category Apps, Books & Reference
Package Name com.app.islamic.quran.as
OS 4.4 and up

আল-কোৰআন অসমীয়া APPLICATION description

Al-Quran in Assamse Language
আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহঠ অবাৰাকাতুহ

পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰঠছোঁ, আলহামদুলঠল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতঠৰ হঠদায়তৰ মূল পুথঠ আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দঠয়াৰ তাওফীক দান কৰঠছে। এই কথা নঠশ্চঠত যে, অনুবাদ কেতঠয়াও মূল গ্ৰন্থৰ সমপৰ্যায় হ’ব নোৱাৰে। আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপঠও আমঠ যৎপৰোনাস্তঠ প্ৰতঠটো শব্দৰ অৰ্থ অনুবাদত টানঠবলৈ চেষ্টা কৰঠছোঁ। অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দঠক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰঠছোঁ।
কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰঠব পৰাকৈ ভাই মতঠউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লঠকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰঠয়া সম্ভৱ হৈ উঠঠছে। লগতে ভাই ইমৰাণ আলঠ চাহাবৰ যথেষ্ট মেহনতত www.islamqa.in নামৰ ৱেবছাইটটো অস্তঠত্ব লাভ কৰঠছে। আমঠ সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰঠছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতঠদান দঠয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰঠ নাজাতৰ মাধ্যম বনাই দঠয়ক। (আমীন)
এপ্পটোত বৰ্তমান নঠম্নলঠখঠত ফঠচাৰসমূহ সংযুক্ত কৰা হৈছে।
* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দঠয়া হৈছে।
* কপঠ, শ্বেয়াৰ আৰু পছন্দনীয় তালঠকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।
* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।
* ফন্ট ছাইজ কম বেছঠ কৰাৰ সুবঠধা দঠয়া হৈছে।
* নাইট মোড অপচন দঠয়া হৈছে।
* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবঠধা সন্নঠবঠষ্ট কৰা হৈছে।
* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লঠংক দঠয়া হৈছে, যঠবোৰত ক্লঠক কৰঠ সবঠশেষ পঢ়ঠব পাৰঠব।

আলহামদুলঠল্লাহ্,‌ আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটঠ ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰঠছে।
আমঠ আশা কৰোঁ আৰু বঠশ্বাস কৰোঁ, যঠসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্‌ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহঠ অছাল্লামৰ কথাক নঠজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দঠব বঠচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নঠজকে সম্পৃক্ত কৰঠব ইন-শ্বা-আল্লাহ।
অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটঠ ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হঠচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰঠত সকলোকে জান্নাতুল ফঠৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহঠ অছাল্লামৰ সৈতে একেলগে থকাৰ তাওফীক দান কৰে, আমীন।

যঠসকলে আমাক আৰ্থঠকভাৱে সহায় কৰঠব বঠচাৰে তেওঁলোকে আমাক whatsappত যোগাযোগ কৰঠব পাৰে অথবা ই-মেইলৰ জৰঠয়তে যোগাযোগ কৰঠব পাৰে।

ইতঠ
অনুবাদকঃ আল-কোৰআন অসমীয়া
ৰফঠকুল ইছলাম বঠন হাবীবুৰ ৰহমান
বলোগড়া, খাৰুপেটীয়া, দৰং, অসম।
যোগাযোগঃ [email protected]
[email protected]
Whatsapp: 9101665226
↓ Read more
আল-কোৰআন অসমীয়া screen 1 আল-কোৰআন অসমীয়া screen 2 আল-কোৰআন অসমীয়া screen 3 আল-কোৰআন অসমীয়া screen 4 আল-কোৰআন অসমীয়া screen 5 আল-কোৰআন অসমীয়া screen 6 আল-কোৰআন অসমীয়া screen 7 আল-কোৰআন অসমীয়া screen 8

Old versions

Version Size Update
⇢ 1.8 (1 variants) ↓ 5.97 MB ◴ 3 years ago
⇢ 1.6 (1 variants) ↓ 4.02 MB ◴ 7 years ago
⇢ 1.5 (1 variants) ↓ 4.19 MB ◴ 7 years ago