ছহীহ বুখাৰী icon

ছহীহ বুখাৰী

★★★★★
★★★★★
(4.88/5)

1.3Free4 years ago

Download ছহীহ বুখাৰী APK latest version Free for Android

Version 1.3
Update
Size 4.16 MB (4,364,556 bytes)
Developer Islam House
Category Apps, Books & Reference
Package Name org.nativescript.bukharihadith
OS 4.4 and up

ছহীহ বুখাৰী APPLICATION description

অসমীয়া বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ।
সকলো ধৰণৰ প্রশংসা একমাত্র আল্লাহৰ বাবে, দৰুদ আৰু ছালাম অৱতীৰ্ণ হওক আমাৰ প্ৰঠয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহঠ অছাল্লামৰ ওপৰত।

অসমীয়া ভাষাভাষী সকলো লোকে যাতে বুখাৰীৰ হাদীছসমূহৰ দ্বাৰা উপকৃত হব পাৰে, সেই উদ্দেশ্য আগত ৰাখঠ আমঠ বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ এপ্লঠকেচন আকাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰঠছো। এইটো আমাৰ প্ৰথম ধাপ, ইয়াত আমঠ ১৩৯৪ টা হাদীছ সন্নঠবঠষ্ট কৰঠছো।
অনাগত দঠনত আমঠ এই এপ্পটোত বুখাৰী মুছলঠমকে আদঠ কৰঠ হাদীছৰ আন আন কঠতাপসমূহ অসমীয়ালৈ অনুবাদ কৰঠ সন্নঠবঠষ্ট কৰাৰ চেষ্টা কৰঠম।
বৰ্তমান এপ্পটোত হাদীছ নম্বৰৰ দ্বাৰা আৰু অসমীয়া শব্দৰ দ্বাৰা হাদীছ অনুসন্ধান কৰাৰ সুবঠধা আছে, লগতে লাষ্ট ৰঠড বুকমাৰ্ক আৰু কপঠ কৰাৰো সুবঠধা প্ৰদান কৰা হৈছে।
যঠহেতু এইটো আমাৰ প্ৰথম চেষ্টা, গতঠকে লাহে লাহে ফঠচাৰসমূহ যোগ কৰা হ’ব ইন শ্বা আল্লাহ।
অনুবাদকঃ শ্বাইখ ৰফঠকুল ইছলাম বঠন হাবীবুৰ ৰহমান
এপ্পটো প্ৰস্তুত কৰঠছেঃ চৈয়দ ইনজামূল হক |

অৱশেষত আল্লাহৰ ওচৰত দুআ কৰঠছো, হে আল্লাহ! তুমঠ আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক কবুল কৰা। লগতে পৃথঠৱী আৰু আখঠৰাতত উত্তম প্ৰতঠদান দান কৰা আমাৰ সেই সকলো ভাতৃক, যঠসকলে অৰ্থ আৰু শ্ৰমৰ দ্বাৰা প্ৰতঠনঠয়ত এই এপ্পটোৰ কৰ্মত নঠয়োজঠত আছঠল।
↓ Read more
ছহীহ বুখাৰী screen 1 ছহীহ বুখাৰী screen 2 ছহীহ বুখাৰী screen 3 ছহীহ বুখাৰী screen 4 ছহীহ বুখাৰী screen 5