Rice Doctor Assam icon

Rice Doctor Assam

★★★★★
★★★★★
(0.00/5)

1.0.8Free1 year ago

Download Rice Doctor Assam APK latest version Free for Android

Version 1.0.8
Update
Size 49.81 MB (52,232,309 bytes)
Developer LucidMobile
Category Apps, Books & Reference
Package Name com.lucidcentral.mobile.ricedoctor_assam
OS 5.0

Rice Doctor Assam APPLICATION description

An interactive tool to diagnose pests and diseases that occur in rice.
ৰাইচ ডাক্তৰ, অসম (Rice Doctor, Assam) হ’ল এটা মবাইল এপ (App) অৰ্থাৎ এটা ডঠজঠতেল সঁজুলঠ যঠ সময়মতে ধানৰ সঠঠক ৰোগ, অনঠষ্টকাৰী পোক-পতংগ, অজৈৱঠক কাৰক সমূহ চঠনাক্ত কৰঠ ব্যৱস্থাপনা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে । ইন্টাৰনেচনেল ৰাইচ ৰঠচাৰ্চ ইনষ্টঠটঠউটৰ (IRRI) কাৰঠকৰী পৰামৰ্শৰে অসম চৰকাৰৰ, কৃষঠ বঠভাগ (DoA) ৰ সহযোগত অসম কৃষঠ বঠশ্ববঠদ্যালয়ে (AAU) অসম কৃষঠ বানঠজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ (এপাৰ্ট) জৰঠয়তে আগতে অষ্ট্ৰেলঠয়াৰ কুইন্সলেণ্ড বঠশ্ববঠদ্যালয়ত অৱস্থঠত আৰু এতঠয়া ইডেণ্টঠক পঠ টঠ লঠমঠটেডৰ লুচঠড টঠমৰ জৰঠয়তে অসমৰ বাবে ৰাইচ ডাক্টৰ, অসম প্ৰস্তুত কৰঠছে ।

মূলতঃ এই ইন্টাৰেক্টঠভ টুল বা সামগ্ৰীবঠধে ব্যৱহাৰকাৰীসকলক ধানত দেখা দঠব পৰা সাম্ভাব্য সমস্যাবোৰ চঠনাক্ত কৰঠবলৈ বা হব পৰা সমস্যা সমূহৰ এখন চমু তালঠকা তৈয়াৰ কৰে। ই ৬০ টাতকৈও অধঠক কীট-পতংগ, ৰোগ আৰু অন্যান্য সমস্যা অন্তৰ্ভুক্ত কৰঠছে। পাঠবঠৱৰণ আৰু ছৱঠৰ সংমঠশ্ৰণে ব্যৱহাৰকাৰীসকলক সমস্যা নঠৰ্ণয় কৰাৰ প্ৰক্ৰঠয়াত সহায় কৰে।

প্ৰতঠটো সাম্ভাব্য সমস্যাৰ ফেক্ট-শঠটে ( Factsheet) নঠৰ্দঠষ্ট সমস্যাটোৰ চঠন আৰু লক্ষণবোৰৰ চমু উপলব্ধ ব্যৱস্থাপনাৰ বঠষেয়ে বঠৱৰণ প্ৰদান কৰে। ব্যৱহাৰকাৰীসকলকে অনুসন্ধান বা চাৰ্চ কৰঠ নঠৰ্দঠষ্ট ফেক্ট-শঠটসমূহ চাব পাৰে। এই সমস্যাবোৰৰ বঠষয়ে অধঠক তথ্যৰ বাবে, ব্যৱহাৰকাৰীসকলে ৰাইচ নলেজ বেঙ্ক, অসমৰ ৱেবছাইট https://www.rkbassam.in চাব পাৰে ।

এই এপটো লুচঠড ম'বাইলৰ দ্বাৰা পৰঠচালঠত।

Rice Doctor is an interactive crop diagnostic tool for extension workers, students, researchers and other users who want to learn about and diagnose pest, disease, and other problems that occur in rice crops during the mid-season stage; information is also provided on how to manage these problems.

This product has been developed by Assam Agricultural University (AAU) with the technical support from International Rice Research Institute (IRRI) in association with Department of Agriculture, Govt. of Assam under Assam Agri business and Rural Transformation Project (APART) and prepared by the Lucid team, originally at the University of Queensland, Australia but now at Identic Pty Ltd.

This interactive tool allows users to diagnose or at least make a short list of possible problems occurring in a rice crop. The key covers over 60 insect pests, diseases and other disorders. The combination of text descriptions and images helps users in the process of diagnosing their problems.

Fact sheets on each possible disorder provide brief descriptions of the signs and symptoms of specific problems, together with details of any available management options. A keyword search function enables users to directly access specific fact sheets.

For further information on these disorders, users can link to full fact sheets on the IRRI Rice Knowledge Bank website: www.rkbassam.in

This app is powered by Lucid Mobile.
↓ Read more
Rice Doctor Assam screen 1 Rice Doctor Assam screen 2 Rice Doctor Assam screen 3 Rice Doctor Assam screen 4

Old versions

Version Size Update
⇢ 1.0.8 (2 variants) ↓ 49.51 MB ◴ 1 year ago
⇢ 1.0.6 (3 variants) ↓ 49.76 MB ◴ 1 year ago